"ভক্তিবচন" অনুষ্ঠানটি বিশ্বজুৰি বাইবেল শিক্ষা প্ৰদান কৰা পৰিচৰ্য্যাৰ এটি অংশ ৷ বৰ্তমান ১০০তকৈয়ো অধিক ভাষাত অনুদিত হোৱা এই শিক্ষাসমুহ ড. জে ভাৰ্নন মেকগিৰ দ্বাৰা প্ৰথমতে সজোৱা হৈছিল ৷ প্ৰতিদিনে ৩০ মিনিটৰ এই অনাতাঁৰ অনুষ্ঠানসমুহ এনেদৰে সুশৃংখলভাৱে সজোৱা হৈছিল যে এজন শ্ৰোতাই সহজতেই বাইবেলখন শিকিব পাৰে…
ভক্তিবচন - Bhakti Boson @ ttb.twr.org/assamese